Kadve Pravachan Kadve Pravachan

Kadve Pravachan

    • $2.99
    • $2.99

Publisher Description

দীক্ষাগুৰুঃ আচাৰ্য শ্ৰী পুষ্পনন্দ সাগৰ

13 বছৰ বয়সত জৈন সৈন্যাস

· 20 বছৰ বয়সয়ত দিগম্বৰ মুনি দীক্ষা

· 33 বছৰ বয়সয়ত লাল কিল্লাত ৰাষ্ট্ৰক সম্বোধন

· 35 বছৰ বয়সয়ত ‘ৰাষ্ট্ৰসন্ত’ ৰ সন্মানেৰে সন্মানিত

· 37 বছৰ বয়সয়ত গুৰু-মন্ত্ৰ দীক্ষা দিয়াৰ নতুন পৰম্পৰা আৰম্ভ কৰে

· 38 বছৰ বয়সয়ত ‘ভাৰতীয় সেনা’ ক সম্বোধন আৰু সেনাৰ দ্বাৰা ‘গাৰ্ড অফ অনাৰ’ ৰ সন্মান

· 39 বছৰ বয়সয়ত ৰাজভৱন (বেংগেলোৰ) ত অতিবিশিষ্ট লোকক সম্বোধন আৰু শ্ৰৱণবেলগোলা (বেং.) আন্তৰাষ্ট্ৰীয় ভ. বাহুবলীৰ মহামস্তিকাভিষেক মহোৎসৱত মুখ্য বক্তা

· 40 বছৰ বয়সয়ত অসুস্থ হোৱাৰ পিছতো(18 চেপ্তেম্বৰ 07 কোলহাপুৰ)মুনি পদত থকাৰ ঐতিহাসিক নিৰ্ণয়

· 43 বছৰ বয়সয়ত আৰএচএচ ৰ মুখ্য পথ সঞ্চালন (নাগপুৰ)ত সন্মিলিত স্বয়ং সেৱকক সম্বোধন আৰু মুখ্যমন্ত্ৰী নিৱাস (ৰায়পুৰ)ত প্ৰৱচন

· 44 বছৰ বয়সয়ত ম.প্ৰ. ৰ বিধানসভা (27 জুলাই 2010)ত মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী নিৱাস (8 ডিচেম্বৰ)ত সম্বোধন

· 45 বছৰ বয়সয়ত ‘গিনীজ ৱৰ্ল্ড ৰেকডৰ্চ’ (2 অক্টুবৰ 2012,আহমেদাবাদ) আৰু ‘লিমকা বুক ৰেকৰ্ডচ’(28 আগস্ট 2012)ত স্থান প্ৰাপ্ত

· 46 বছৰ বয়সয়ত 2500 বছৰৰ জৈন ইতিহাসত প্ৰথম বাৰ দিগম্বৰ অৰু শ্বেতম্বৰ মুনিৰ সংযুক্ত চাতুৰ্মাহ (জয়পুৰ 2013) 47 বছৰ বয়সত 14 বছৰ পিছত দিল্লী আগমনত ডাইমন্ড বুকচ্‌ৰ দ্বাৰা 14 টা ভাষাত বহু চৰ্চিত কৃতি ‘কঠোৰ প্ৰবচন’ৰ প্ৰকাশন

GENRE
Health, Mind & Body
RELEASED
2017
November 11
LANGUAGE
AS
Assamese
LENGTH
222
Pages
PUBLISHER
Diamond Pocket Books Pvt Ltd
SELLER
diamond pocket books pvt ltd
SIZE
2.3
MB